Sunday, February 17, 2019

Taratari axom Blogging, SEO, website, Adsense, you tube, internet, digital marketing gyan on taratariaxom.blogspot.in Home Disclaimer Privacy policy About us Sunday, April 15, 2018 Android mobile app free ত কেনেকৈ বনায়। full guide.. Free ত android mobile app কেনেকৈ বনায়।। বৰ্ত্তমান সময় smartphone ৰ যোগ। আৰু আমি সকলোৱে smartphone ব্যৱহাৰ কৰোঁ। যত আমি বিভিন্ন company সমুহৰ ভিন ভিন apps ব্যৱহাৰ কৰোঁ। কিন্তু আপুনি জানেনে সেই apps সমূহ কেনেকৈ বনাই, আপুনি free ত android app কেনেকৈ বনাব জানেনে।।। বৰ্তমান সমগ্ৰ বিশ্বতে mobile ব্যৱহাৰ কৰা লোক বহুত বেছি মাত্ৰাত বাঢ়ি গৈছে আৰু সেইকাৰণে বহু লোকে android apps বনাই playstore ত upload korise যাতে সেই apps download কৰি কোনোবাই ব্যৱহাৰ কৰিলে পইচা কমাব পাৰে।।। যদি আপুনিও নিজৰ website বা business ৰ কাৰণে android app বনাই playstore ত upload কৰি পইচা কমাব বিচাৰিছে তেন্তে মই আজি আপোনালোকক কম যে free ত android mobile app কেনেকৈ বনাব পাৰি।। সাধাৰণতে android app বনাব কাৰণে programing language জনা দৰকাৰ, যদি যাম তেন্তে আপুনি সহজতে android app বনাব পাৰিব। কিন্তু যদি আপুনি programing language ৰ বিষয়ে নাজানে তথাপিও আপুনি android app বনাব পাৰে।বৰ্তমান সময়ত internet ত এনেকুৱা বহুত tools আৰু website আছে যাৰ সহায়ত আপোনালোকে সহজতে android app বনাব পাৰে। Free ত android app বনাব পৰা 5 তা ভাল website।।। Mobile app কেনেকৈ বনাই তাক জনাৰ আগতে মই 5 তা এনেকুৱা website ৰ বিষয়ে কৈছোঁ যত coding নজনাকৈ free ত ভাল app বনাব পাৰিব।। 1) Appsgeysar :- ই এটা বহুতে ভাল website সেইসকলৰ কাৰণে যি সকলে coding নাজানে আৰু free ত এটা ভাল apps বনাব বিচাৰিছে। এই website ৰ সহায়ত আপুনি এটা ভাল apps create কৰিব পাৰিব। এই website ৰ পৰা আপোনি আগলৈ playstore ত নিজৰ apps upload কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপুনি অলপ পইচা খৰছ কৰিব লাগিব।। 2) ibuildapp :- এই website ৰ পৰাও আপুনি এটা ভাল apps বনাব পাৰিব একো coding জ্ঞান নোহোৱাকৈ। ইয়াত আপোনালোকে বহুত degin আছে তাক ব্যৱহাৰ কৰি এৰা professional apps বনাব পাৰিব তাকো একেবাৰে free ত।। 3) Mobiloud :- যদি আপোনালোকে wordpress side ত blogging কৰে আৰু আপুনি নিজৰ website ৰ কাৰণে apps বনাব বিচাৰিছে তেন্তে এই website আপোনাৰ কাৰণে বহুত helpfull হব। ইয়াত আপোনালোকে 5-10 মিনিট সময়ৰ ভিতৰত নিজৰ wordpress site ৰ কাৰণে ভাল apps বনাই লব পাৰিব। 4) appsbuilder :- appsbuilder ও android apps বনোৱা website ৰ ভিতৰত আন এটা ভাল website হয় যত otihunkale এটা ভাল apps বনাব পাৰিব। ইয়াত আপোনালোকে নিজৰ website বা business ৰ কাৰণে একো coding নজনাকৈ ভাল apps বনাব পাৰিব।। 5) mobincude :- ইউ মোবাইল apps বনোৱা এটা ভাল website হয়। ইয়াত আপোনালোকে html ৰ page ও বনাব পাৰিব।। ইয়াত কিছুমান extra feature ও দিয়ে যাক ব্যৱহাৰ কৰিবলৈ অলপ খৰছ কৰিব লাগে।। ইয়াৰ উপৰিও আৰু বহুতো website আছে যত free ত android apps বনাব পাৰি।।। এতিয়া মই আপোনালোকক কম যে এটা free android app কেনেকৈ বনায়।।। Free ত mobile android apps কেনেকৈ বনায়, full guide।।। আজি মই appsgeyser ৰ পৰা কেনেকৈ free android apps বনায় তাকে কম, আৰু website বোৰো এনেদৰে ব্যৱহাৰ কৰিব পাৰিব।। step 1 প্ৰথমে google open কৰি appsgeyser type কৰি search কৰিব তাৰ পিছত website লৈ যাব। create now for free option টোত click কৰিব photot দেখুৱা ধৰণে।। Step 2 Create now ত click কৰা পিছত আপোনাৰ dashboard ত কিছুমান category আহিব যাৰ পৰা এটা select কৰিব লাগিব। যেনেকৈ ধৰি লওক মই মোৰ website ৰ কাৰণে apps বনাব বিচাৰিছোঁ তেতিয়া website যত লিখা আছে তাত click কৰিছোঁ। Step 3 ইয়াত আপোনালোকে নিজৰ website ৰ url দিব লাগিব তাৰ পিছত next button click কৰিব।। Step 4 ইয়াত আপোনালোকে নিজৰ apps তোৰ নাম কি দিব বিচাৰিছে সেইটো লিখি create option ত click কৰি দিব।। Step 5 Create কৰা লগে লগে আপোনাৰ ওচৰত email, password ৰ এটা বিকল্প আহিব। আপুনি যদি বিষয়ে facebook ৰ দ্বাৰাও login হব পাৰে। Step 6 Login হোৱাৰ পিছত আপোনাৰ dashboard open হৈ আহিব, যত আপোনালোকে প্ৰথমে email verify কৰিব লাগিব, তাৰ পিছত আপুনি আপোনাৰ apps download কৰি install কৰিব পাৰিব। বৰ্তমান আপোনাৰ apps বনী তৈয়াৰ হয় গল। এতিয়া আপুনি যেতিয়া মন তেতিয়া playstore ত আপলোড কৰিব পাৰে। তাৰ পিছত আপোনালোকে admod ৰ ads লগাই পইচা কমাব পাৰিব। Admob কি হয় জানিবলৈ আমাৰ article পঢ়িব পাৰে।।।।Admob কি হয় জানিবলৈ ইয়াত click কৰক আজি আপোনালোকে শিকিলে যে free ত কেনেকৈ android app বনাই। আৰু তাৰ পৰা কেনেকৈ পইচা কমাব পাৰি। গতিকে এই article তো পঢ়ি কেনেকুৱা লাগিলে নিশ্চয় comment কৰি জনাব। আৰু কিবা শিকিব থাকিলেও comment কৰি জনাব মই সেই বিষয়েও ভালদৰে বুজাব চেষ্টা কৰিম।।। আকৌ আহিম এটা নতুন উপাৰ্জন কৰা তথ্য লৈ এতিয়া লৈ ধন্যবাদ।।।। Author Nekib Bhuyan Posted by Nike Farhan at 3:13 PM Email This BlogThis! Share to Twitter Share to Facebook Share to Pinterest Labels: Android apps No comments: Post a Comment Newer Post Older Post Home Subscribe to: Post Comments (Atom


Sunday, April 15, 2018

Android mobile app free ত কেনেকৈ বনায়। full guide..




 Free ত android mobile app কেনেকৈ বনায়।।


 বৰ্ত্তমান সময় smartphone ৰ যোগ। আৰু আমি সকলোৱে smartphone ব্যৱহাৰ কৰোঁ। যত আমি বিভিন্ন company সমুহৰ ভিন ভিন apps ব্যৱহাৰ কৰোঁ। কিন্তু আপুনি জানেনে সেই apps সমূহ কেনেকৈ বনাই, আপুনি free ত android app কেনেকৈ বনাব জানেনে।।।

 বৰ্তমান সমগ্ৰ বিশ্বতে mobile ব্যৱহাৰ কৰা লোক বহুত বেছি মাত্ৰাত বাঢ়ি গৈছে আৰু সেইকাৰণে বহু লোকে android apps বনাই playstore ত upload korise যাতে সেই apps download কৰি কোনোবাই ব্যৱহাৰ কৰিলে পইচা কমাব পাৰে।।।

 যদি আপুনিও নিজৰ website বা business ৰ কাৰণে android app বনাই playstore ত upload কৰি পইচা কমাব বিচাৰিছে তেন্তে মই আজি আপোনালোকক কম যে free ত android mobile app কেনেকৈ বনাব পাৰি।।

 সাধাৰণতে android app বনাব কাৰণে programing language জনা দৰকাৰ, যদি যাম তেন্তে আপুনি সহজতে android app বনাব পাৰিব।

কিন্তু যদি আপুনি programing language ৰ বিষয়ে নাজানে তথাপিও আপুনি android app বনাব পাৰে।বৰ্তমান সময়ত internet ত এনেকুৱা বহুত tools আৰু website আছে যাৰ সহায়ত আপোনালোকে সহজতে android app বনাব পাৰে।


 Free ত android app বনাব পৰা 5 তা ভাল website।।।


 Mobile app কেনেকৈ বনাই তাক জনাৰ আগতে মই 5 তা এনেকুৱা website ৰ বিষয়ে কৈছোঁ যত coding নজনাকৈ free ত ভাল app বনাব পাৰিব।।

 1) Appsgeysar :- ই এটা বহুতে ভাল website সেইসকলৰ কাৰণে যি সকলে coding নাজানে আৰু free ত এটা ভাল apps বনাব বিচাৰিছে। এই website ৰ সহায়ত আপুনি এটা ভাল apps create কৰিব পাৰিব।
 এই website ৰ পৰা আপোনি আগলৈ playstore ত নিজৰ apps upload কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপুনি অলপ পইচা খৰছ কৰিব লাগিব।।
 2) ibuildapp :- এই website ৰ পৰাও আপুনি এটা ভাল apps বনাব পাৰিব একো coding জ্ঞান নোহোৱাকৈ। ইয়াত আপোনালোকে বহুত degin আছে তাক ব্যৱহাৰ কৰি এৰা professional apps বনাব পাৰিব তাকো একেবাৰে free ত।।
 3) Mobiloud :- যদি আপোনালোকে wordpress side ত blogging কৰে আৰু আপুনি নিজৰ website ৰ কাৰণে apps বনাব বিচাৰিছে তেন্তে এই website আপোনাৰ কাৰণে বহুত helpfull হব। ইয়াত আপোনালোকে 5-10 মিনিট সময়ৰ ভিতৰত নিজৰ wordpress site ৰ কাৰণে ভাল apps বনাই লব পাৰিব।
 4) appsbuilder :- appsbuilder ও android apps বনোৱা website ৰ ভিতৰত আন এটা ভাল website হয় যত otihunkale এটা ভাল apps বনাব পাৰিব। ইয়াত আপোনালোকে নিজৰ website বা business ৰ কাৰণে একো coding নজনাকৈ ভাল apps বনাব পাৰিব।।
 5) mobincude :- ইউ মোবাইল apps বনোৱা এটা ভাল website হয়। ইয়াত আপোনালোকে html ৰ page ও বনাব পাৰিব।। ইয়াত কিছুমান extra feature ও দিয়ে যাক ব্যৱহাৰ কৰিবলৈ অলপ খৰছ কৰিব লাগে।।

 ইয়াৰ উপৰিও আৰু বহুতো website আছে যত free ত android apps বনাব পাৰি।।।
 এতিয়া মই আপোনালোকক কম যে এটা free android app কেনেকৈ বনায়।।।


 Free ত mobile android apps কেনেকৈ বনায়, full guide।।।


 আজি মই appsgeyser ৰ পৰা কেনেকৈ free android apps বনায় তাকে কম, আৰু website বোৰো এনেদৰে ব্যৱহাৰ কৰিব পাৰিব।।

 step 1

 প্ৰথমে google open কৰি appsgeyser type কৰি search কৰিব তাৰ পিছত website লৈ যাব। create now for free option টোত click কৰিব photot দেখুৱা ধৰণে।।



 Step 2

 Create now ত click কৰা পিছত আপোনাৰ dashboard ত কিছুমান category আহিব যাৰ পৰা এটা select কৰিব লাগিব। যেনেকৈ ধৰি লওক মই মোৰ website ৰ কাৰণে apps বনাব বিচাৰিছোঁ তেতিয়া website যত লিখা আছে তাত click কৰিছোঁ।



  Step 3

 ইয়াত আপোনালোকে নিজৰ website ৰ url দিব লাগিব তাৰ পিছত next button click কৰিব।।




  Step 4

 ইয়াত আপোনালোকে নিজৰ apps তোৰ নাম কি দিব বিচাৰিছে সেইটো লিখি create option ত click কৰি দিব।।



 Step 5

 Create কৰা লগে লগে আপোনাৰ ওচৰত email, password ৰ এটা বিকল্প আহিব। আপুনি যদি বিষয়ে facebook ৰ দ্বাৰাও login হব পাৰে।

 Step 6

 Login হোৱাৰ পিছত আপোনাৰ dashboard open হৈ আহিব, যত আপোনালোকে প্ৰথমে email verify কৰিব লাগিব, তাৰ পিছত আপুনি আপোনাৰ apps download কৰি install কৰিব পাৰিব।


 বৰ্তমান আপোনাৰ apps বনী তৈয়াৰ হয় গল। এতিয়া আপুনি যেতিয়া মন তেতিয়া playstore ত আপলোড কৰিব পাৰে।

 তাৰ পিছত আপোনালোকে admod ৰ ads লগাই পইচা কমাব পাৰিব।

Admob কি হয় জানিবলৈ আমাৰ article পঢ়িব পাৰে।।।।Admob কি হয় জানিবলৈ ইয়াত click কৰক

 আজি আপোনালোকে শিকিলে যে free ত কেনেকৈ android app বনাই। আৰু তাৰ পৰা কেনেকৈ পইচা কমাব পাৰি। গতিকে এই article তো পঢ়ি কেনেকুৱা লাগিলে নিশ্চয় comment কৰি জনাব। আৰু কিবা শিকিব থাকিলেও comment কৰি জনাব মই সেই বিষয়েও ভালদৰে বুজাব চেষ্টা কৰিম।।।

 আকৌ আহিম এটা নতুন উপাৰ্জন কৰা তথ্য লৈ এতিয়া লৈ ধন্যবাদ।।।।

Author Nekib Bhuyan

No comments:

Post a Comment